যদি আপুনাৰ SBI ACCOUNT আছে আাৰু আপুনি SBI NETBANKING খুলিব বিচাৰে তেন্তে আাপুনাৰ BRANCH যাব দৰকাৰ নাই আপুনি ঘৰতে বহি SBI NEBANKING খুলিব পাৰিব।কেনেকৈ খুললিব পাৰিব FULL DETAILS তলত দিয়া আছে।
SBI ৰ NETBANKING খুলিব কাৰনে আপুনি প্রথমত onlinesbi.com website ত যাব তাত NEW USER REGISTRATION ৰ OPTION পাব তাত CLICK কৰিব। CLICK কৰাৰ পিছত আপুনাৰ MOBILE ত নতুন PAGE খুলি আহিব
NEXT PAGE ত NEW USER REGISTRATION OPTION SELECT কৰি NEXT CLICK কৰিব
NEXT PAGE ত আপুনাৰ ACCOUNT NUMBER, CIF NUMBER, BRANCH CODE, COUNTRY, REGISTERED MOBILE NO, FACILITY REQUIRED,( এইবোৰ সব DETAILS আপুনি বেংকৰ বহিত পাই যাব) সব DETAILS FILL UP কৰি তলত SUBMIT OPTION CLICK কৰি NXT PAGE ত আহিব ।
NEXT PAGE ত আপুনাৰ MOBILE ত OTP আহিব OTP FILLUP কৰি CONFIRM BUTTON ত CLICK কৰিব।
NEXT PAGE ত আপুনি ২টা OPTION পাব ২টা OPTION ৰ পৰা 1ST OPTION CHOOSE কৰি SUBMIT OPTION ত CLICK কৰিব।তাৰপিছত ATM CARD ৰ NUMBER SELECT কৰি CONFIRM CLICK কৰি আপুনাৰ ATM CARD ৰ EXPIRY DATE , CARD HOLDER NAME , আপুনাৰ ATM CARD ৰ PIN দি PROCEED ত CLICK কৰিব ।
NEXT PAGE ত আপুনি নিজৰ মতে এটা USERNAME & PASSWORD বনায় SUBMIT OPTION ত CLICK কৰিব। তাৰপিছত NEXT PAGE ত আহিব SUCCESFULLY REGISTERED FOR INTERNET BANKING .
NEXT PAGE ত আপুনাৰ MOBILE ত OTP আহিব OTP FILLUP কৰি CONFIRM BUTTON ত CLICK কৰিব।
NEXT PAGE ত আপুনি ২টা OPTION পাব ২টা OPTION ৰ পৰা 1ST OPTION CHOOSE কৰি SUBMIT OPTION ত CLICK কৰিব।তাৰপিছত ATM CARD ৰ NUMBER SELECT কৰি CONFIRM CLICK কৰি আপুনাৰ ATM CARD ৰ EXPIRY DATE , CARD HOLDER NAME , আপুনাৰ ATM CARD ৰ PIN দি PROCEED ত CLICK কৰিব ।
HOW TO LOGIN SBI NET BANKING
প্রথমত onlinesbi.com website ত যাব তাত LOGIN ৰ OPTION পাব তাত CLICK কৰিব।তাৰপিছত NEXT PAGE ত CONTINUE TO LOGIN OPTION ত CLICK কৰি আপুনি নিজে দিয়া USERNAME & PASSWORD দি LOGIN ত CLICK কৰি দিব তাৰপিছত আপুনাৰ MOBILE ত OTP আহিব OTP SUBMIT কৰি NEXT PAGE ত
NEXT PAGE ত আপুনাৰ PROFILE PASSWORD বনাব লাগিব PROFILE PASSWORD টো বনাই HINT QUESTION , HINT ANSWER, DATE OF BIRTH , PLACE OF BIRTH সব FILLUP কৰি SUBMIT OPTION ত CLICK কৰি দিব আৰু আপুনি SBI NETBANKING ত LOGIN হৈ যাব ।

No comments:
Post a Comment